পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিখনে যি শক্তিশালী সমৰ্থন লাভ কৰিছে সেয়া উৎসাহজনক।
বিজনেছ ষ্টেণ্ডাৰ্ডৰ এটা বাতৰিৰ প্ৰবন্ধ NaMo App ত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে x ত পোষ্ট কৰে:
“পিএম ইন্টাৰশ্বিপ আঁচনিৰ প্ৰতি শক্তিশালী সমৰ্থন দেখি অতি সুখী হৈছো। আমাৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি সৃষ্টিৰ দিশত এইটো এক ডাঙৰ পদক্ষেপ।”
https://www.business-standard.com/industry/news/company-to-absorb-pm-internship-scheme-teamlease-study-125011601139_1.html
MJPS/SR
Encouraging to see strong support for the PM Internship Scheme. This is a big step towards empowering our youth and building a future-ready workforce.https://t.co/dDwlpFawXP
— Narendra Modi (@narendramodi) January 17, 2025
via NaMo App pic.twitter.com/bHNsIouSTe