Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূটানৰ সংসদীয় নিৰ্বাচনত জয়ৰ বাবে ছেৰিং টোবগে আৰু পিডিপিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ সংসদীয় নিৰ্বাচনত জয়ৰ বাবে ছেৰিং টোবগে আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টীক অভিনন্দন জনাইছে৷

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়;

“ভূটানৰ সংসদীয় নিৰ্বাচনত জয়ৰ বাবে মোৰ বন্ধু @tsheringtobgay আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টীক অভিনন্দন জনাইছো৷ আমাৰ বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ একেলগে কাম কৰিবলৈ মই আগ্ৰহী৷”

***

DS/AK/DN