পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন বিধায়ক শ্ৰী উৰিমাজালু কে. ৰামা ভাটৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “জনসংঘ আৰু বিজেপিৰ ইতিহাসত উৰিমাজালু কে. ৰামা ভাটৰ ব্যক্তিত্বৰ এক বিশেষ স্থান আছে৷ কৰ্ণাটকত আমাৰ দলটো শক্তিশালী কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰিছিল আৰু জনসাধাৰণৰ মাজত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াইছিল৷ তেওঁৰ বিয়োগত মই মৰ্মাহত হৈছো৷ তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”
***
DS/SH/DB
In the history of the Jana Sangh and BJP, stalwarts like Urimajalu K. Rama Bhat Ji have a special place. He assiduously worked to strengthen our Party in Karnataka and served tirelessly among people. I am saddened by his demise. Condolences to his family. Om Shanti.
— Narendra Modi (@narendramodi) December 7, 2021