পি এম ইণ্ডিয়া
ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গ’ৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সফল কাৰ্যকালৰ বাবে শ্ৰী গৰক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স-পোষ্টত কৈছে;
“ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোনীত ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গোৰক আদৰণি জনোৱাৰ বাবে সুখী। মই বিশ্বাস কৰো যে তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ’ব।
@SergioGor”
Glad to receive Mr. Sergio Gor, Ambassador-designate of the US to India. I’m confident that his tenure will further strengthen the India–US Comprehensive Global Strategic Partnership.@SergioGor pic.twitter.com/WSzsPxrJXv
— Narendra Modi (@narendramodi) October 11, 2025