Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত পোংগল উদযাপনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ডঃ এল মুৰুগানৰ বাসগৃহত পোংগল উদযাপনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে কয়ঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এল. মুৰুগান জীৰ বাসগৃহত পোংগল উদযাপনৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছো।

@DrLMurugan”

“শ্ৰী এল. মুৰুগান জীৰ বাসগৃহত পোংগল উদযাপন অনুষ্ঠানত পোংগলৰ মাদকতা আৰু স্পন্দনশীলতা প্ৰতিফলিত হয়। এই উৎসৱে যেন সকলোৰে জীৱনলৈ আনন্দৰ সঞ্চাৰ কৰে।

@DrLMurugan”

***

MJPS/SR/SB