পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত এন ই পি ২০২০ৰ অধীনত ভাৰতে কেনেকৈ মূল সাক্ষৰতা আৰু আনন্দময় শিক্ষণৰ বিষয়ত অপৰিসীম গুৰুত্ব দি কৌতুহল তথা সামগ্ৰিক বিকাশৰ লালন-পালন অব্যাহত ৰাখিছে সেই বিষয়ে উল্লেখ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিদ্যালয়ৰ প্ৰথম দিনটো কেৱল আৰম্ভণি নহয়, ই ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাগ-বাটাোৱাৰা কৰা জাতীয় দায়িত্বও, যিটোক অন্তৰ্নিহিত কৰাটো প্ৰয়োজন।
শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“বিদ্যালয়ৰ প্ৰথম দিনটো কেৱল এটা আৰম্ভণি নহয়, বৰঞ্চ ই ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাগ-বাটোৱাৰা কৰা জাতীয় দায়িত্বও , যিটোক অন্তৰ্নিহিত কৰাটো প্ৰয়োজন!এন ই পি ২০২০ৰ অধীনত ভাৰতে মূল সাক্ষৰতা আৰু আনন্দময় শিক্ষণৰ বিষয়ত অপৰিসীম গুৰুত্ব দি কৌতুহল তথা সামগ্ৰিক বিকাশৰ লালন-পালন অব্যাহত ৰাখিছে।
এই বিষয়ত বিতংভাৱে জানিবলৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @ধমেন্দ্ৰ প্ৰধানে লিখা এই লেখাটো পঢ়ক।”
The first day of school is not just a beginning, but it is also a shared national responsibility among the students that needs to be embedded! Under NEP 2020, India is continuing to nurture curiosity and holistic development with an immense focus on foundational literacy and… https://t.co/SNv90pUm5i
— PMO India (@PMOIndia) April 1, 2026
***
MJPS/VJ/DM