Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে শ্ৰী লিয়েণ্ডাৰ পেজে


শ্ৰী লিয়েণ্ডাৰ পেজে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। “টেনিছত তেওঁৰ সাফল্যকলৈ ভাৰত অতি গৌৰৱান্বিত।আমি বহু বিষয়ত আলোচনা কৰিলোঁ। ক্ৰীড়া আৰু দেশ গঠনৰ প্ৰতি তেওঁৰ আবেগ সঁচাকৈয়ে প্ৰশংসনীয়”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে;

“শ্ৰী লিয়াণ্ডাৰ পেজ জীৰ সৈতে এক  বৈঠক হৈছে। টেনিছত তেওঁৰ সাফল্যৰ বাবে ভাৰত অতি গৌৰৱান্বিত। আমি বহু বিষয়ত আলোচনা কৰিলোঁ। ক্ৰীড়া আৰু দেশ  গঠনৰ প্ৰতি তেওঁৰ আবেগ সঁচাকৈয়ে প্ৰশংসনীয়।”

@Leander

 

***

MJPS/VJ/DM