পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰৰ সন্মান আৰু মৰ্যাদা ৰক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু বীৰত্বই প্ৰতিজন নাগৰিকক গৌৰৱান্বিত কৰে। ভাৰত মাতৃৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁলোকৰ মনোভাৱ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস বুলি তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে-
“स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||”
এই শ্লোকটোত কোৱা হৈছে যে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন হয়, তেতিয়া মনত কোনো ধৰণৰ দ্বিধা বা ভয় থাকিব নালাগে, কিয়নো ন্যায়ৰ বেদীত ধৰ্ম আৰু সন্মান ৰক্ষাৰ বাবে কৰা সংগ্ৰাম হৈছে এজন যোদ্ধাৰ বাবে আত্ম-কল্যাণৰ আটাইতকৈ উৎকৃষ্ট আৰু আটাইতকৈ গৌৰৱোজ্জ্বল পথ।
देश के मान-सम्मान की रक्षा के लिए भारतीय सेना का शौर्य और पराक्रम सभी देशवासियों को गौरवान्वित करता है। मां भारती के लिए मर-मिटने का उनका जज्बा हर किसी को प्रेरित करने वाला है।
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || pic.twitter.com/FNuJ4tXyvX
— Narendra Modi (@narendramodi) May 8, 2026
*****
MJPS/SS/ST/DD