পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ এক ফলপ্ৰসূ বৈঠকৰ সবিশেষ আজি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিষদে ‘জীৱন ধাৰণৰ সূচলতা’ আৰু ‘ব্যৱসায়িক সূচলতা’ বৃদ্ধিৰ সৈতে সম্পৰ্কিত মূল্যৱান দৃষ্টিভংগী আৰু উৎকৃষ্ট নিয়ম সন্দৰ্ভত আলোচনা কৰে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে এই আলোচনাৰ জৰিয়তে বিকশিত ভাৰতৰ উমৈহতীয়া সপোন সফলতাৰে বাস্তৱায়িত কৰাৰ উদ্দেশ্যে সক্ৰিয়ভাৱে সংস্কাৰসমূহক আগুৱাই নিয়াৰ উপায় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘কালি মন্ত্ৰী পৰিষদৰ এখন ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়। আমি ‘জীৱন ধাৰণৰ সূচলতা’, ‘ব্যৱসায় কৰাৰ সূচলতা’ আৰু আমাৰ বিকশিত ভাৰতৰ উমৈহতীয়া সপোন বাস্তৱায়িত কৰাৰ বাবে কেনেদৰে অধিক সংস্কাৰ সাধন কৰিব পাৰি, সেই সম্পৰ্কীয় দৃষ্টিভংগী তথা উৎকৃষ্ট নিয়মসমূহ সন্দৰ্ভত মত বিনিময় কৰো।’
Had a fruitful meeting of the Council of Ministers yesterday. We exchanged perspectives and best practices relating to boosting ‘Ease of Living, ‘Ease of Doing Business’ and how to further reforms in order to realise our shared dream of a Viksit Bharat. pic.twitter.com/ifKpB8le17
— Narendra Modi (@narendramodi) May 22, 2026
***
MJPS/SS/PRK/DD