পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চীনৰ ছানচি প্ৰদেশত সংঘটিত খনি দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে।
ভাৰতবাসীৰ হৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ছি জিনপিং আৰু চীনৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসমূহে শক্তি লাভ কৰিবলৈ প্ৰাৰ্থনা কৰে লগতে সকলো নিৰুদ্দেশ হৈ থকা লোকৰ বাবে শীঘ্ৰে তথা নিৰাপদে উদ্ধাৰ হোৱাটো কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“চীনৰ ছানচি প্ৰদেশত সংঘটিত খনি দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। ভাৰতৰ জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু চীনৰ জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰিছো। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসমূহে শক্তি লাভ কৰক। বাকী সকলো নিৰুদ্দেশ হৈ থকা লোকৰ শীঘ্ৰে তথা নিৰাপদে উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰিছো।”
Saddened by the loss of lives in a mining accident in Shanxi Province in China. On behalf of the people of India, my condolences to President Xi Jinping and the people of China. May the bereaved families find strength in this tragic hour. Praying for the early and safe recovery…
— Narendra Modi (@narendramodi) May 23, 2026
***
MJPS/SS/PRK/DM

惊悉中国山西省发生矿难并造成人员伤亡,我深感悲痛。我谨代表印度人民,向中国国家主席习近平和中国人民致以深切哀悼和诚挚慰问。愿遇难者家属获得力量,度过这一艰难时刻。衷心祈愿仍失联人员早日平安获救。
— Narendra Modi (@narendramodi) May 23, 2026