Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত  আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ বাবে  শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক  ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

“পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ খবৰ পাই গভীৰভাৱে দুখ পাইছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

 

পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক  ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব

PM @narendramodi”

 

***

MJPS/SS/PRK/DM