Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ


ক্ৰমিক নং

বুজাবুজি চুক্তি/চুক্তি/ঘোষণা

এলেকা

১.

ভাৰত-ফ্ৰান্স উদ্ভাৱনী পৰিকল্পনা ২০৩০ গ্ৰহণ

প্ৰযুক্তি আৰু উদ্ভাৱন, গৱেষণা আৰু শিক্ষা

২.

এআই প্ৰশাসন সন্দৰ্ভত গুৰুত্ব দিয়া এক যুটীয়া ভাৰত-ফ্ৰান্স এআই কাৰ্যগোটৰ সৃষ্টি

৩.

কানপুৰৰ এন এছ টি আই-ত এৰোনটিক্স আৰু আনুষংগিক ক্ষেত্ৰত দক্ষতাৰ বাবে এক ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ

৪.

ফ্ৰান্সত ভাৰতৰ ৰিয়েল-টাইম পেমেণ্ট প্ৰণালী-ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউ পি আই)-ব্যৱহাৰৰ বাবে সম্প্ৰসাৰিত সম্ভাৱনাসমূহ

৫.

ষ্টেচন এফ-ত অতিৰিক্ত ১০টা ভাৰতীয় ষ্টাৰ্টআপৰ সূচনা।

৬.

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি) আৰু ইনষ্টিটিউট নেচনেল ডি ৰিচাৰ্চ এন ছায়েন্স এণ্ড টেকন’লজি ডু নিউমেৰিক (আইএনআৰআইএ) ৰ মাজত ডিজিটেল বিজ্ঞান কেন্দ্ৰ স্থাপন

৭.

ইউনিভাৰ্ছিট পেৰিছ-ছেক্লেত “এআই, উদ্ভাৱন আৰু সংস্কৃতি” সন্দৰ্ভত আই চি চি আৰ ইণ্ডিয়া চেয়াৰ স্থাপন

৮.

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু ফ্ৰান্সৰ স্বাস্থ্য তথ্য কেন্দ্ৰৰ মাজত অভিপ্ৰায় পত্ৰ

৯.

বৰ্তমানৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাৰ আধাৰত অহা পাঁচ বছৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য পূৰণৰ বাবে এক উচ্চ পৰ্যায়ৰ ব্যৱস্থা স্থাপন কৰা

 

বাণিজ্য, বিনিয়োগ আৰু যোগান শৃংখলা

 .

এক অৰ্থনৈতিক সুৰক্ষা আলোচনাৰ প্ৰতিষ্ঠান

১১ .

ভাৰতত ৰে’লৱে আৰু দ্ৰুত গতিৰ ৰে’লৱে উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ উদ্দেশ্যৰ ঘোষণা

১২.

শ্ৰেণীবদ্ধ তথ্যৰ বিনিময় আৰু সুৰক্ষা সন্দৰ্ভত সাধাৰণ সুৰক্ষা চুক্তি

কৌশলগত আৰু মহাকাশ খণ্ড

 

 

 

 

 

 

১৩ .

মাইক্ৰ’গ্ৰেভিটি গৱেষণা আৰু মানৱ মহাকাশ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত ইছৰো আৰু চি এন ই এছ-ৰ মাজত অভিপ্ৰায় পত্ৰ

 

 

 

***

 

MJPS/SS/ST/DD