পি এম ইণ্ডিয়া
১. উন্নয়নমূলক দিশ
|
১. |
ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰ |
|
২. |
১০খন উপযোগী বাহন আৰু ৫খন লেজাৰ ৰেডিয়েল শ্ৰেণীৰ নাও ছেচিলছ প্ৰতিৰক্ষা বাহিনীক হস্তান্তৰ |
|
৩. |
ছেচিলছ চৰকাৰক ৬খন এম্বুলেন্সৰ হস্তান্তৰ |
|
৪. |
ছেচিলছ চৰকাৰক ৫০০ মেট্ৰিক টন চাউল হস্তান্তৰ |
|
৫. |
ছেচিলছ চৰকাৰক ৮৫০০ মেট্ৰিক টন চিমেণ্ট হস্তান্তৰ |
ক্ৰমিক নং | শিৰোণাম |
|---|
২. ঘোষণা সমূহ
|
ক্ৰমিক নং |
শিৰোণাম |
|
১ |
ভাৰত আৰু ছেচিলছৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ উপলক্ষে স্মাৰক প্ৰতীকৰ শুভাৰম্ভ |
|
২ |
পেচাদাৰী আৰু কাৰিকৰী শিক্ষা কেন্দ্ৰৰ বাবে ভাৰ্চুৱেল ভূমি পূজন অনুষ্ঠান |
|
৩ |
ছেচিলছ উপকূলৰক্ষী বাহিনীৰ বাবে পিএছ জৰোষ্টাৰৰ পুনৰ গঠনৰ কাম সম্পূৰ্ণ |
|
৪ |
গ্লাছ ককপিটৰ সৈতে ডৰ্নিয়াৰ বিমানৰ বিকাশ |
|
৫ |
দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা (চিডিআৰআই) ত যোগদান ছেচিলছৰ |
৩. বুজাবুজি চুক্তি স্বাক্ষৰ/নৱীকৰণ
|
ক্ৰমিক নং |
শিৰোণাম |
সংক্ষিপ্ত বিৱৰণ |
|
১ |
সুষমা স্বৰাজ বৈদেশিক সেৱা প্ৰতিষ্ঠান (এছএছআইএফএছ) আৰু ছেচিলছ গণৰাজ্যৰ প্ৰবাসী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
এই বুজাবুজি চুক্তিয়ে বিনিময়, প্ৰশিক্ষণ কাৰ্যসূচী আৰু সামৰ্থ্য নিৰ্মাণৰ জৰিয়তে এম অ’ এফ এ ডি, ছেচিলছ আৰু এছ এছ আই এফ এছ-ৰ মাজত প্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধি কৰে। |
|
২ |
নেচনেল পেমেণ্ট কৰ্পোৰেচন অৱ ইণ্ডিয়া (এন পি চি আই) ইণ্টাৰনেশ্যনেল পেমেণ্টছ লিমিটেড আৰু চেণ্ট্ৰেল বেংক অৱ ছেচিলছৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
এই বুজাবুজি চুক্তিয়ে ছেচিলছত ইউপিআই ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি স্থাপনত সহায় কৰিব আৰু পেমেণ্ট পৰিৱেশ তন্ত্ৰত ব্যাপক সহযোগিতাৰ পথ মুকলি কৰিব। |
|
৩ |
এম/এছ এইচ এল এল লাইফকেয়াৰ লিমিটেড আৰু ছেচিলছ গণৰাজ্যৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত জনঔষধি আঁচনিৰ অধীনত চুক্তি |
এই চুক্তিয়ে জনঔষধি আঁচনিৰ অধীনত ভাৰতৰ পৰা ছেচিলছলৈ সুলভ মূল্যৰ জেনেৰিক ঔষধ আৰু চিকিৎসা সামগ্ৰী ৰপ্তানিৰ সুবিধা প্ৰদান কৰিব |
|
৪ |
ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ), ভাৰত গণৰাজ্য আৰু ছেচিলছ গণৰাজ্যৰ কৃষি বিভাগ, মীন, কৃষি তথা নীলা অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত কৃষি গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা তথা ২০২৬-২০৩১ৰ কাৰ্যপৰিকল্পনাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ। |
এই বুজাবুজি চুক্তি আৰু কাৰ্য্য পৰিকল্পনাৰ লক্ষ্য হৈছে যৌথ গৱেষণা, প্ৰশিক্ষণ তথা কাৰিকৰী অধ্যয়নৰ ক্ষেত্ৰত আইচিএআৰ আৰু ছেচিলছ কৃষি বিভাগৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ বিকাশ, প্ৰচাৰ আৰু ত্বৰান্বিত কৰা। |
|
৫ |
ভাৰত গণৰাজ্য আৰু ছেচিলছ গণৰাজ্যৰ মাজত প্রত্যর্পণ চুক্তি |
এই চুক্তিৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু দুয়োখন দেশৰ মাজত পলাতকসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে আইনী পৰিকাঠামো বৃদ্ধি কৰা। |
|
৬ |
ছেচিলছ গণৰাজ্যৰ পৰিবহণ, বন্দৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় তথা ভাৰত গণৰাজ্যৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মাজত ছেচিলছ পতাকাবাহী জাহাজত সেৱাৰ বাবে নাবিকসকলৰ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰৰ স্বীকৃতি সন্দৰ্ভত বুজাবুজিৰ চুক্তিপত্ৰ। |
এই বুজাবুজি চুক্তিয়ে ছেচিলছ-পতাকাবাহী জাহাজত সেৱাৰ বাবে ভাৰতীয় নাবিকসকলৰ প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰৰ স্বীকৃতি প্ৰদান কৰে। |
|
৭ |
ছেচিলছ চৰকাৰ আৰু ভাৰতৰ ৰপ্তানি-আমদানি বেংকৰ মাজত অম্ব্রেলা লাইন অৱ ক্ৰেডিট চুক্তি |
এই চুক্তিৰ লক্ষ্য হৈছে ছেচিলছত অগ্ৰাধিকাৰমূলক আন্তঃগাঁথনি আৰু উন্নয়নমূলক পদক্ষেপসমূহক আগুৱাই নিয়াৰ লক্ষ্যৰে ২০২৬ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি হাৰ্মিনিৰ ভ্ৰমণৰ সময়ত ঘোষণা কৰা বিশেষ অৰ্থনৈতিক পেকেজ (এছইপি) ৰ অধীনত প্ৰকল্পসমূহৰ ৰূপায়ণত সহায় কৰা। |
|
৮ |
শান্তিপূৰ্ণ উদ্দেশ্যৰ সৈতে বাহ্যিক মহাকাশৰ অন্বেষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত গণৰাজ্য চৰকাৰ আৰু ছেচিলছ গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ। |
এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে উপগ্ৰহ প্ৰয়োগ, মহাকাশ প্ৰযুক্তি আৰু সামৰ্থ্য নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা। |
|
৯ |
নিউ ছেচিলছ ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত ভাৰত গণৰাজ্য চৰকাৰ আৰু ছেচিলছ গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ |
এই বুজাবুজি চুক্তিয়ে নতুন ছেচিলছ ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ উন্নয়নৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰতিষ্ঠা কৰে। |
****
MJPS/SS/VJ/DD
There are substantive outcomes in this Seychelles visit. Key MoUs have been signed. These include an MoU for the implementation of UPI in Seychelles, MoU on Jan Aushadhi and more.
— Narendra Modi (@narendramodi) June 29, 2026
We will keep working in futuristic sectors like climate action, green hydrogen, energy, the Blue… https://t.co/moEuVd05At
I annan rezilta konkret dan sa vizit Sesel.
— Narendra Modi (@narendramodi) June 29, 2026
Bann lakor kle in ganny sinyen.
Sa i enkli en lakor pour enplimantasyon UPI (en form peyman nimerik) dan Sesel, lakor lo Jan Aushadhi e lezot ankor.
Nou pou kontinyen travay dan bann sekter inovan parey aksyon klimatik, Idrozenn… https://t.co/moEuVd05At