পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো লক্ষ্য পূৰণৰ ক্ষেত্ৰত উৎসর্গা আৰু দৃঢ়তাপূৰ্ণ প্ৰচেষ্টাত আলোকপাত কৰি কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ
“प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।
सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল প্ৰাপ্তিৰ সপোন বাস্তৱত পৰিণত হৈছে, যি এক পৰিষ্কাৰ, সেউজ আৰু ভৱিষ্যতৰ বাবে সাজু পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ বাবে দেশৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। তেওঁ এই উল্লেখযোগ্য সাফল্যৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
আজি ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল প্ৰাপ্তিৰ সপোন বাস্তৱায়িত হ’বলৈ গৈ আছে। এই দিনটো আত্মনিৰ্ভৰশীল ভাৰত আৰু বহনক্ষম উন্নয়নৰ দিশত এক অতি গুৰুত্বপূৰ্ণ দিন। মই ইয়াৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছো।
प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।
सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।।
आज भारत को पहली हाइड्रोजन ट्रेन मिलने का सपना साकार होने जा रहा है। यह आत्मनिर्भर भारत और सतत विकास की दिशा में एक बहुत बड़ा दिन है। मैं इससे जुड़े सभी लोगों को बहुत बधाई देता हूं।
प्रभूतं कार्यमल्पं वा यन्नरः कर्तुमिच्छति।
सर्वारम्भेण तत् कार्यं सिंहादेकं प्रचक्षते।। pic.twitter.com/aAbVNt9GCb
— Narendra Modi (@narendramodi) July 17, 2026
***
MJPS/SS/VJ/HS