Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যখনৰ সাংসদসকলৰ সৈতে অসমৰ বান পৰিস্থিতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সাংসদসকলৰ সৈতে মিলিত হয় আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বৰ্তমানৰ বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

শ্ৰী মোদীয়ে সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে;

“অসমৰ সাংসদসকলৰ সৈতে মিলিত হয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বৰ্তমানৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰো।

কেন্দ্ৰই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। মই সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।”

 

****

MJPS/SS/ST/HS