পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ তৰফৰ পৰা বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
“প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ লখীচৰাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত নিহত হোৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ তৰফৰ পৰা ২ লাখ টকাকৈ আৰু আহত হোৱা লোকসকলৰ প্ৰতিগৰাকীকে ৫০,০০০ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে।”
PM @narendramodi has announced an ex-gratia of Rs. 2 lakh from PMNRF to be given to the next of kin of each deceased in the unfortunate incident in Lakhisarai, Bihar. The injured would be given Rs. 50,000. https://t.co/MpnGrBgvQD
— PMO India (@PMOIndia) August 17, 2026
***
MJPS/SS/PRK/DD