Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় মহাকাশ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ডাঙৰ সপোন দেখা, অধিক উদ্ভাৱন কৰা আৰু নতুন সীমাত উপনীত হোৱাৰো আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত লিখিছে;

 “ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছ জনালোঁ!

আৰু ডাঙৰ সপোন দেখক, অধিক উদ্ভাৱন কৰক আৰু নতুন সীমাত উপনীত হ’বলৈ অগ্ৰসৰ হওক…।”

***

 

MJPS/SS/ST/KD