Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে তেওঁৰ এছ আৰ চি চি কাৰ্যসূচীলৈ মেট্ৰ’ৰে কৰা যাত্ৰাৰ আভাস


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছ আৰ চি চি কাৰ্যসূচীলৈ অহা-যোৱা কৰাৰ সময়ত তেওঁৰ মেট্ৰ’ যাত্ৰাৰ আভাস  বাটোৱাৰা  কৰে।

এক্সৰ  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে:

“মেট্ৰ’ মুহূৰ্ত…

এছ আৰ চি চি প্ৰগ্ৰেমলৈ যোৱাৰ পথত আৰু উভতি অহাৰ পথত।”

 

****

MJPS/SS/PRK/DM