Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰযুক্তি, বিশ্বাস আৰু নাগৰিকৰ অংশগ্ৰহণৰ ওপৰত কেন্দ্ৰিত প্ৰশাসনৰ আৰ্হিৰ ওপৰত আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নীটি আয়োগৰ সদস্য শ্ৰী ৰাজীৱ গৌবাৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত প্ৰধানমন্ত্ৰীৰ প্ৰশাসনৰ আৰ্হিয়ে কেনেদৰে প্ৰযুক্তি, বিশ্বাস আৰু নাগৰিকৰ অংশগ্ৰহণক ভাৰতৰ পৰিসৰত কাৰ্যসূচীসমূহ প্ৰদান কৰাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে সেই বিষয়ে আলোকপাত কৰা হৈছে।

শ্ৰী গৌবাই আলোকপাত কৰে যে কেনেদৰে ডিজিটেল ব্যৱস্থা, প্ৰত্যক্ষ স্থানান্তৰ, সৰল নিয়মাৱলী তথা স্বচ্ছ ক্ৰয়ৰ ফলত দক্ষতা আৰু প্ৰৱেশাধিকাৰ উন্নত হৈছে, যাৰ ফলত প্ৰশাসন ভাৰতৰ বিকাশৰ বাবে এক অৰ্থনৈতিক সম্পদ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘নীতি আয়োগৰ সদস্য শ্ৰী ৰাজীৱ গৌবাই লিখিছে যে প্ৰধানমন্ত্ৰীৰ প্ৰশাসনৰ আৰ্হিয়ে প্ৰযুক্তি, বিশ্বাস আৰু নাগৰিকৰ অংশগ্ৰহণক ভাৰতৰ পৰিসৰত কাৰ্যসূচীসমূহ প্ৰদান কৰাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।

তেওঁ আলোকপাত কৰে যে কেনেদৰে ডিজিটেল ব্যৱস্থা, প্ৰত্যক্ষ স্থানান্তৰ, সৰল নিয়মাৱলী তথা স্বচ্ছ ক্ৰয়ৰ ফলত দক্ষতা আৰু প্ৰৱেশাধিকাৰ উন্নত হৈছে, যাৰ ফলত শাসন ব্যৱস্থা ভাৰতৰ বিকাশৰ বাবে এক অৰ্থনৈতিক সম্পদ হৈ পৰিছে।’

****

MJPS/SS/VJ/SS/MK