Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰুদ্ৰাংশ বালাচাহেব পাটিলক অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰে মোদীয়ে এছিয়ান গেমছত পুৰুষৰ ১০  মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ৰুদ্ৰাংশ বালাচাহেব পাটিলক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ মনোযোগ আৰু অনুশাসন গোটেই সময়ছোৱাত প্ৰশংসনীয় আছিল।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰেঃ

এছিয়ান গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ৰুদ্ৰাংশ বালাচাহেব পাটিলক অভিনন্দন! তেওঁৰ মনোযোগ আৰু অনুশাসন গোটেই সময়ছোৱাত প্ৰশংসনীয় আছিল। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi

***

MJPS/SS/VJ/MK