Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলাৰ ৪৯ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰা মীৰাবাঈ চানুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাৰ ৪৯ কেজি শাখাৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰা মীৰাবাঈ চানুক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ সংকল্প আৰু স্থিৰতাই দেশক অনুপ্ৰাণিত কৰি আহিছে আৰু ভাৰত তেওঁক লৈ গৌৰৱান্বিত। তেওঁ লগতে তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘@mirabai_chanu ৰ বাবে বিশেষ ৰূপ!

মহিলাৰ ৪৯ কেজি শাখাৰ ভাৰোত্তোলনত পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ সংকল্প আৰু স্থিৰতাই দেশক অনুপ্ৰাণিত কৰি আহিছে। ভাৰত তেওঁক লৈ গৌৰৱান্বিত। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

****

MJPS/SS/PRK/HS