পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৰুষৰ ডাবল স্কালছত উৎকৃষ্ট প্ৰদৰ্শনেৰে দেশৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰা সৎনাম সিং আৰু ছলমান খানক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ ধৈৰ্য্য আৰু সমন্বয় লক্ষণীয়। এই সাফল্যই তেওঁলোকক আগন্তুক সময়ত আৰু উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ লগতে আশা প্ৰকাশ কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছেঃ
‘পুৰুষৰ ডাবল স্কালছত সৎনাম সিং আৰু ছলমান খানে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
তেওঁলোকৰ ধৈৰ্য্য আৰু সমন্বয় লক্ষণীয়। এই সাফল্যই তেওঁলোকক আগন্তুক সময়ত আৰু উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ অনুপ্ৰাণিত কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi’
A fine performance by Satnam Singh and Salman Khan in the Men’s Double Sculls, earning India a well-deserved Bronze medal.
Their composure and coordination stood out. May this achievement inspire them to scale even greater heights in the years ahead: PM @narendramodi pic.twitter.com/kAaSB1CZFw
— PMO India (@PMOIndia) September 24, 2026
***
MJPS/SS/PRK/DD