Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে মা অম্বিকাক প্ৰাৰ্থনা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলো দেৱতাৰ সামূহিক ঐশ্বৰিক শক্তিৰ প্ৰতীক মা অম্বিকাক প্ৰাৰ্থনা কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।

“देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या।

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥”

এই শ্লোকটোৱে সকলো দেৱতা আৰু মহান ঋষিসকলৰ দ্বাৰা পূজনীয় মা অম্বিকাৰ ঐশ্বৰিক শক্তিক আহ্বান কৰে, যাতে তেওঁৰ আশীৰ্বাদে সকলোৰে বাবে শুভ বাৰ্তা আৰু সুখ কঢ়িয়াই আনে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या।

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः॥

***

MJPS/SS/VJ/HS