Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰাত্ৰিৰ সময়ত মা চন্দ্ৰঘণ্টাক পূজা-অৰ্চনা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস, শান্তি আৰু ঐশ্বৰিক শক্তিৰ দেৱী মা চন্দ্ৰঘণ্টাক পূজা-অৰ্চনা কৰে।

সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সফলতাৰে ভৰি থাকক বুলি কামনা কৰি প্ৰধানমন্ত্ৰীয়ে সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘নৱৰাত্ৰিত আজি সাহস, শান্তি আৰু ঐশ্বৰিক শক্তিৰ দেৱী মা চন্দ্ৰঘণ্টাক আন্তৰিক প্ৰাৰ্থনা! তেওঁৰ দয়াই সকলোৰে কল্যাণ সাধন কৰক। সকলোৰে জীৱন সদায় সুখ, সৌভাগ্য আৰু সফলতাৰে ভৰি পৰক।’

***

MJPS/SS/ST/NB