Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পোপ চতুৰ্দশ লিঅ’ৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰীৰ


পোপ চতুৰ্দশ লিঅ’ৰ যোৱা নিশা সফল অস্ত্ৰোপচাৰৰ বাতৰিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পোপ চতুৰ্দশ লিঅ’ৱে সম্পূৰ্ণ আৰু আশু আৰোগ্য লাভ কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘যোৱা নিশা পোপ চতুৰ্দশ লিঅ’ৰ সফল অস্ত্ৰোপচাৰ হোৱাৰ খবৰ পাই সুখী হৈছো।

তেওঁৰ সম্পূৰ্ণ আৰু আশু আৰোগ্যৰ লগতে সুস্বাস্থ্য কামনা কৰিলো।

@Pontifex’

***

MJPS/SS/ST/HS