প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ সময়ত মাতৃসুলভ স্নেহ আৰু মমতাৰ দেৱী মা স্কন্দমাতাক প্ৰাৰ্থনা জনাইছে।
তেওঁৰ আশীৰ্বাদত প্ৰতিটো পৰিয়ালতে প্ৰেম আৰু সম্প্ৰীতি বিৰাজ কৰক বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে-
নৱৰাত্ৰিৰ পঞ্চম দিনটো মা স্কন্দমাতাৰ পূজাৰ বাবে উৎসৰ্গিত। দেৱী মাৰ মমতা আৰু আশীৰ্বাদত প্ৰতিটো পৰিয়ালত সদায় স্নেহ আৰু সম্প্ৰীতি অটুট থাকক।”
नवरात्रि का पांचवां दिन मां स्कंदमाता के पूजन-अर्चन को समर्पित है। ममता और वात्सल्य की देवी मां के आशीर्वाद से हर परिवार में सदैव स्नेह और सौहार्द बना रहे, यही कामना है।
https://t.co/bzOauXrv5F
— Narendra Modi (@narendramodi) October 15, 2026
*****
MJPS/SS/ST/HS
नवरात्रि का पांचवां दिन मां स्कंदमाता के पूजन-अर्चन को समर्पित है। ममता और वात्सल्य की देवी मां के आशीर्वाद से हर परिवार में सदैव स्नेह और सौहार्द बना रहे, यही कामना है। https://t.co/bzOauXrv5F
— Narendra Modi (@narendramodi) October 15, 2026