Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ দিল্লীৰ উপ-ৰাজ্যপালৰ


দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী তৰণজিৎ সিং সান্ধুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

“দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী @SandhuTaranjitS-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে @LtGovDelhi।”

3333333333333333333333333333333333333333333333333

*****

MJPS/SS/ST/HS