প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা জগদম্বিকাৰ প্ৰশংসাৰে আৰু সকলোধৰণৰ শব্দ, চিন্তা তথা ৰূপত তেওঁৰ ঐশ্বৰিক উপস্থিতিৰ বিষয়ে আলোকপাত কৰা এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। ইয়াত এইবুলি কোৱা হৈছে যে প্ৰতিটো শব্দ দেৱীৰ প্ৰশংসাৰ অভিব্যক্তি হ’ব পাৰে, কিয়নো তেওঁৰ ঐশ্বৰিক ৰূপে সকলো শব্দ আৰু প্ৰকাশভংগীক সামৰি লৈছে।
এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;
“तव च का किल न स्तुतिरम्बिके! सकलशब्दमयी किल ते तनुः।
निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिःप्रसरासु च॥”
तव च का किल न स्तुतिरम्बिके! सकलशब्दमयी किल ते तनुः।
निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिःप्रसरासु च॥ https://t.co/gh1E9Ylz9h
— Narendra Modi (@narendramodi) October 16, 2026
***
MJPS/SS/ST/NB
तव च का किल न स्तुतिरम्बिके! सकलशब्दमयी किल ते तनुः। निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिःप्रसरासु च॥ https://t.co/gh1E9Ylz9h
— Narendra Modi (@narendramodi) October 16, 2026