মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত মৃত প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। তদুপৰি আহতসকলক ৫০,০০০ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এক বাৰ্তাত উল্লেখ কৰে—
“মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ খবৰে মৰ্মাহত কৰিছে। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।
মৃত লোকসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”
Distressed to learn about the loss of lives due to a mishap in Gwalior, Madhya Pradesh. My condolences to the bereaved families. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) October 18, 2026
*************************
MJPS/SS/ST/DB
Distressed to learn about the loss of lives due to a mishap in Gwalior, Madhya Pradesh. My condolences to the bereaved families. Praying for the speedy recovery of the injured. An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) October 18, 2026