প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ ২০২৬-ত মহিলাৰ ২০০ মিটাৰ T35 ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰীতি পালক অভিনন্দন জনাইছে।
তেওঁ অধ্যৱসায় আৰু সমৰ্পণৰ এক বিস্ময়কৰ উদাহৰণ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহত এই গতি অব্যাহত থাকিব।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ
‘অধ্যৱসায় আৰু সমৰ্পণৰ এক বিস্ময়কৰ উদাহৰণ।
প্ৰীতি পালে এছিয়ান পেৰা গেমছ ২০২৬-ত মহিলাৰ ২০০ মিটাৰ T35 ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে। তেওঁক অভিনন্দন জনাইছো৷ তেওঁ এই গতিবেগ তেওঁৰ আনাগত প্ৰচেষ্টাসমূহত অব্যাহত ৰাখক। মোৰ শুভেচ্ছা জনালোঃ প্ৰধানমন্ত্ৰী @narendramodi’
A wonderful example of perseverance and dedication.
Preeti Pal has won the Silver in the Women’s 200m T35 event at the Asian Para Games 2026. Congratulations to her! May she carry this momentum into her upcoming events. My best wishes: PM @narendramodi
— PMO India (@PMOIndia) October 20, 2026
***
MJPS/SS/VJ/PRK/MK
A wonderful example of perseverance and dedication. Preeti Pal has won the Silver in the Women's 200m T35 event at the Asian Para Games 2026. Congratulations to her! May she carry this momentum into her upcoming events. My best wishes: PM @narendramodi
— PMO India (@PMOIndia) October 20, 2026