এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’ক এছবি ৪ ইভেণ্টত এক আকৰ্ষণীয় সময়ৰ সৈতে ব্ৰঞ্জৰ পদক জয় কৰা ৰোহিত কুমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।
শ্ৰী মোদীয়ে কয় যে প্ৰথমবাৰতে তেওঁৰ পদক জয়ে এই কৃতিত্বক বিশেষ কৰি তুলিছে। ৰোহিতক তেওঁৰ বিস্ময়কৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
“ৰোহিত কুমাৰৰ বাবে এক স্মৰণীয় আত্মপ্ৰকাশ! এছিয়ান পেৰা গেমছ ২০২৬-ত পুৰুষৰ ১০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’ক এছ বি ৪ ইভেণ্টত তেওঁ এক আকৰ্ষণীয় সময়ৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰথমবাৰতে তেওঁৰ পদক জয়ে এই কৃতিত্বক বিশেষ কৰি তুলিছে। ৰোহিতক তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসাঃ প্ৰধানমন্ত্ৰী
A memorable debut for Rohit Kumar! He has won Bronze in the Men’s 100m Breaststroke SB4 event at the Asian Para Games 2026 with an impressive timing. Winning a medal on his first appearance makes this achievement particularly special. My compliments to Rohit for his wonderful performance: PM @narendramodi
— PMO India (@PMOIndia) October 21, 2026
***
MJPS/SS/PRK/HS