Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীৰ ২৫ বছৰৰ ৰাজহুৱা কাৰ্যকালত আন্তঃগাঁথনি পৰিকল্পনা আৰু ৰূপায়ণক কেনেদৰে নতুন ৰূপ দিয়া হৈছে সেই বিষয়ে আলোকপাত কৰি নীতি আয়োগৰ সদস্য আৰু প্ৰাক্তন কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগৰ সদস্য আৰু প্ৰাক্তন কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত শ্ৰী ৰাজীৱ গৌবাই উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ ২৫ বছৰৰ ৰাজহুৱা কাৰ্যকালত আন্তঃগাঁথনি কেনেদৰে পৰিকল্পনা আৰু ৰূপায়ণ কৰা হয়, তাক নতুন ৰূপ দিয়া হৈছে। ইয়াত এই বিষয়ে আলোকপাত কৰা হৈছে যে ব্যক্তিগত প্ৰকল্পৰ বাহিৰেও,সংহত, নাগৰিক।কেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিয়ে যোগাযোগ, জীৱন ধাৰণৰ সুচলতা আৰু অৰ্থনৈতিক উৎপাদনশীলতা উন্নত কৰে।

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছেঃ

“নীতি আয়োগৰ সদস্য আৰু প্ৰাক্তন কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাই লিখিছে যে প্ৰধানমন্ত্ৰী @narendramodi’s ৰ ৰাজহুৱা কাৰ্যালয়ত ২৫ বছৰে আন্তঃগাঁথনি কেনেদৰে পৰিকল্পনা আৰু ৰূপায়ণ কৰা হয় তাক নতুন ৰূপ দিছে।

ব্যক্তিগত প্ৰকল্পৰ বাহিৰেও, এটা সংহত, নাগৰিককেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়া হৈছে যিয়ে যোগাযোগ, জীৱন ধাৰণৰ সুচলতা আৰু অৰ্থনৈতিক উৎপাদনশীলতা উন্নত কৰে।

https://indianexpress.com/article/opinion/columns/narendra-modi-gati-shakti-infrastructure-growthv-10936571/lite/

 

****

MJPS/SS/PRK/NB