Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি দীপাৱলীৰ শুভেচ্ছা বিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি ভৱনত উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰাৰ লগতে দীপাৱলীৰৰ শুভেচ্ছা বিনিময় কৰে।

 

এক্সৰ এটা পোষ্টত শ্ৰীমোদীয়ে লিখে; “উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু দীপাৱলীৰ শুভেচ্ছা বিনিময় কৰিলোঁ।”

 

********

MJPS/SS/ST/DB