প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ সাহস আৰু সংকল্পক স্মৰণ কৰি লচিত দিৱসত মহান বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে লচিত বৰফুকানৰ উল্লেখযোগ্য নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি নিষ্ঠাই প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে আৰু সকলোকে অসমৰ শক্তি আৰু সাহসৰ বিযয়ে সোঁৱৰাই দিয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ
লাচিত দিৱসৰ পৱিত্ৰ ক্ষণত আমি মহান বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, যাৰ সাহস আৰু দৃঢ় সংকল্পই অসমক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি থকা একনিষ্ঠ সেৱাৰ মনোভাবে আজিও প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। একেদৰে, তেওঁৰ জীৱনাদৰ্শই আমাক অসমৰ শক্তি, সাহস আৰু স্বাভিমানৰ কথাও সোঁৱৰাই দিয়ে।”
On Lachit Diwas, we pay tribute to the great Lachit Borphukan, whose courage and determination helped protect Assam.
His remarkable leadership and devotion to the people continue to inspire generations, also reminding us of the strength and spirit of Assam.
লাচিত দিৱসৰ পৱিত্ৰ ক্ষণত আমি মহান বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, যাৰ সাহস আৰু দৃঢ় সংকল্পই অসমক সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি থকা একনিষ্ঠ সেৱাৰ মনোভাবে আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। একেদৰে, তেওঁৰ জীৱনাদৰ্শই আমাক অসমৰ শক্তি, সাহস আৰু স্বাভিমানৰ কথাও সোঁৱৰাই দিয়ে।
— Narendra Modi (@narendramodi) November 24, 2026
****
MJPS/SS/VJ/SS/MK
On Lachit Diwas, we pay tribute to the great Lachit Borphukan, whose courage and determination helped protect Assam. His remarkable leadership and devotion to the people continue to inspire generations, also reminding us of the strength and spirit of Assam. লাচিত দিৱসৰ পৱিত্ৰ ক্ষণত আমি মহান বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, যাৰ সাহস আৰু দৃঢ় সংকল্পই অসমক সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ অসাধাৰণ নেতৃত্ব আৰু জনসাধাৰণৰ প্ৰতি থকা একনিষ্ঠ সেৱাৰ মনোভাবে আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। একেদৰে, তেওঁৰ জীৱনাদৰ্শই আমাক অসমৰ শক্তি, সাহস আৰু স্বাভিমানৰ কথাও সোঁৱৰাই দিয়ে।
— Narendra Modi (@narendramodi) November 24, 2026