Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ শুভ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছে;

“आप सभी को कार्तिक पूर्णिमा और देव दीपावली की हार्दिक शुभकामनाएं। इस पावन पर्व में सेवा के माध्यम से परोपकार का संदेश निहित है। पवित्र स्नान, दान-पुण्य और दीपदान से समृद्ध यह परंपरा सभी के जीवन में श्रद्धा, आस्था और सकारात्मकता का संचार करे, यही मंगलकामना है।”

****

MJPS/SS/VJ/SS/MK