Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন


ভাৰতৰ অন্যতম স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ আজি জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেই মহান সংগ্ৰামী সত্তাক শ্ৰদ্ধাৰে সোঁৱৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি জন্মবাৰ্ষিকীত মহান স্বতন্ত্ৰ সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মালৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো৷ তেখেতৰ দেশপ্ৰেম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব৷

‘‘এইগৰাকী মনিষী শ্যামজী কৃষ্ণ বাৰ্মা আৰু তেওঁৰ মহানতাৰ বিষয়ে উল্লেখ কৰি মই পূৰ্বে আগবঢ়োৱা এক ভাষণৰ ভিডিঅ’ লিংক আগবঢ়াইছো৷ https://www.youtube.com/watch?v=NLw_2cNVRuQ “, প্ৰধানমন্ত্ৰীয়ে লগতে কয়৷

***

AKT/AK/Rang