পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
‘ভাই দুজৰ পবিত্ৰ ক্ষণত মই সকলো দেশবাসীক আন্তৰিক অভিনন্দন জনাইছো৷’
—প্ৰধানমন্ত্ৰীয়ে কয়৷
***
AKT/AK/MS
भाई दूज के पावन अवसर पर सभी देशवासियों को हार्दिक शुभकामनाएं।
— Narendra Modi (@narendramodi) October 21, 2017