Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজৰ খিতাপ বিজয়ী কিদাম্বী শ্ৰীকান্তক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজ প্ৰিমিয়াৰত খিতাপ জয় কৰা ভাৰতীয় বেডমিণ্টন খেলুৱৈ কিদাম্বী শ্ৰীকান্তক অভিনন্দন জ্ঞাপন কৰিছে৷
“ডেনমাৰ্ক অ’পেন ছুপাৰ ছিৰিজত স্মৰণীয় বিজয়ৰ বাবে আপোনাক অভিনন্দন৷ আপোনাৰ এই সাফল্যই প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত আৰু আনন্দিত কৰিছে৷ “,—প্ৰধানমন্ত্ৰীয়ে কয়৷

***
AKT/AK/MS