Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব শৌচালয় দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তা


নিম্নোলিখিত কথাখিনি বিশ্ব শৌচালয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বাৰ্তা সবিশেষ।

“বিশ্ব শৌচালয় দিৱসত আমি সমগ্ৰ দেশৰ অনাময় সুবিধাৰ উন্নয়নৰ দিশত দিয়া প্ৰতিশ্ৰুতিক পুনৰবাৰ সুনিশ্চিত কৰিছো।
ভাৰতৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত শৌচালয় নিৰ্মাণৰ কামত লাগি থকা ব্যক্তি তথা সংস্থাসমূহৰ সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছো। তেওঁলোকৰ অমূল্য অৱদানে স্বচ্চ ভাৰত অভিযানক অধিক ক্ষীপ্ৰ গতি প্ৰদান কৰিছে।”

****

AKT/NT/DB