Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মুম্বাইৰ অগ্নিকাণ্ডক লৈ উদ্বিগ্ন হৈছো। এই শোকাকূল মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। অগ্নিকাণ্ডত আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছো।”

*****

AKT/SH/DB