Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দশম ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ তালিকা


 

  • কৃষিজাত গৱেষণা আৰু শিক্ষাৰ সন্দৰ্ভত সহযোগিতাৰ অৰ্থে ভাৰতৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰিট’ৰিয়াস্থিত কৃষি গৱেষণা পৰিষদৰ মাজত বুজাবুজি চুক্তি।
  • দক্ষিণ আফ্ৰিকাত “কাৰিকৰী দক্ষতাৰ বাবে বিশেষীকৃত গান্ধী মেণ্ডেলা কেন্দ্ৰ” স্থাপন কৰাৰ বাবে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত বুজাবুজি চুক্তি।
  • বহিঃমহাকাশত অনুসন্ধান আৰু ইয়াৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা অৰ্থে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ আৰু দক্ষিণ আফ্ৰিকা ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ মাজত বুজাবুজি চুক্তি।

***

AKT/SH/AK/DB