Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH /MANN