Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্যপ্ৰদেশৰ ছাটনাত সংঘটিত পথ দূৰ্ঘটনাত প্ৰানহানি হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ছাটনাত সংঘটিত পথ দূৰ্ঘটনাত প্ৰানহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মধ্যপ্ৰদেশৰ ছাটনাত সংঘটিত পথ দূৰ্ঘটনাৰ বাবে অতিশয় দুঃখিত হৈছো৷ এই দুৰ্যোগৰ ক্ষণত পীড়িত পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ দুৰ্ঘটনাত যিসকল আহত হ’ল, তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিলো৷”

***

AKT/KP/DB