Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৬/১১ত মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পীড়িতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬/১১ত মুম্বাইত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “২৬/১১ত মুম্বাইত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো৷ মুম্বাইৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ সাহসী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলে যি সাহসিকতাৰে যুঁজ দিলে, তাৰবাবে দেশবাসী সদায়েই কৃতজ্ঞ হৈ ৰ’ব৷”

***

AKT/SH/DB