Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ কিৰগিজ গণৰাজ্য ভ্ৰমণৰ সময়ত বিনিময় হোৱা তথ্যসমূহৰ তালিকা


ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ কৌশলগত সহযোগিতাৰ যৌথ ঘোষণাপত্ৰ

পাঁচ বছৰ (২০১৯২০২৪)ৰ বাবে ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত হোৱা বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ৰোডমেপ

ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত দ্বিপাক্ষিক বিনিময় সন্ধি (বিআইটি)

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয় আৰু কিৰগিজ গণৰাজ্যৰ নিৰাপত্তা পৰিষদৰ কাৰ্যালয়ৰ মাজত হোনা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰতকিৰগিজস্তান দ্বৈত কৰ পৰিহাৰ চুক্তি (ডিটিএএ)ৰ ধাৰা ২৬ৰ সংশোধনীৰ প্ৰটকল

স্বাস্থ্যখণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

ডিআৰডিঅআৰু কিৰগিজ ইণ্ডিয়া মাউণ্টেইন বায়মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী আৰু কিৰগিজ গণৰাজ্যৰ সশস্ত্ৰ বাহিনীৰ নিৰাপত্তা বাহিনীৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী একাডেমী আৰু কিৰগিজ গণৰাজ্যৰ কিৰগিজ মিলিটেৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১০

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ হাই অল্টিটিউড ৱাৰফেয়াৰ স্কুল (গুলমাৰ্গ) আৰু কিৰগিজ গণৰাজ্যৰ সশস্ত্ৰ বাহিনীৰ যৌথ মাউণ্টেইন প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১১

ভাৰতৰ এক্সপৰ্টইম্পৰ্ট বেংক আৰু কিৰগিজ গণৰাজ্যৰ বিনিয়োগৰ প্ৰসাৰণ আৰু সুৰক্ষা প্ৰতিষ্ঠানৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১২

তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু কিৰগিজ গণৰাজ্যৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১৩

আইনী পৰিমাপৰ ক্ষেত্ৰত ভাৰতৰ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয় আৰু কিৰগিজ গণৰাজ্যৰ অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত হোৱা সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১৪

ভাৰতৰ ৰিচাৰ্ছ এণ্ড ইনফৰ্মেছন ছিষ্টেম ফৰ ডেভেলপিং কাণ্ট্ৰিজ (আৰআইএছ) আৰু কিৰগিজ গণৰাজ্যৰ নেচনেল ইন্সটিটিউট অব্ ষ্ট্ৰেটেজিক ষ্টাডিজৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

১৫

হিমাচল প্ৰদেশৰ ৱাই.এছ. পাৰ্মাৰ ইউনিভাৰ্চিটী অব্ হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰি আৰু কিৰগিজ গণৰাজ্যৰ নেচনেল আগ্ৰাৰিয়ান ইউনিভাৰ্চিটী (কেএনএইউ)ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰ

ক্ৰমিক নং ঘোষণা/চুক্তি/বুজাবুজিৰ চুক্তিপত্ৰসমূহ

 

 

*****

AKT/KP/MANN