Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পিভি নৰসিংহ ৰাওৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওৰ জন্মবাৰ্ষিকীত তেওঁক স্মৰণ কৰে৷

জন্মবাৰ্ষিকীত শ্ৰী পিভি নৰসিংহ ৰাওজীক আজি গভীৰভাৱে স্মৰণ কৰিছো৷ এগৰাকী মহান পণ্ডিত আৰু বৰ্ষীয়ান প্ৰশাসক হিচাপে তেওঁ ইতিহাসৰ অত্যন্ত গুৰুত্বপূৰ্ণ সন্ধিক্ষণত দেশক নেতৃত্ব দিছিল৷ ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্ৰগামী পদক্ষেপৰ বাবে তেওঁক সকলোৱে মনত ৰাখিব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

****

AKT/KP/MS