Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক নৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ মাধ্যমেৰে দেশৰ জনসাধাৰণক নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

“কাইলৈৰ পৰা সমগ্ৰ দেশতে নৱৰাত্ৰীৰ পৱিত্ৰ উৎসৱ পালন কৰা হ’ব৷ দুৰ্গা পূজাৰ আগমণৰ বাবেও পৰিৱেশ সম্পূৰ্ণৰূপে উৎসৱমুখৰ হৈ পৰিব৷ এই বিশেষ উৎসৱ উপলক্ষে মই দেশবাসীক শুভেচ্ছা জনাইছো” প্ৰধানমন্ত্ৰী৷

**************

VRRK/AK/MS