Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়’শ্বুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়’শ্বুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

“নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ বিখ’-অ’ য়শ্বুৰ মৃত্যুত মই মৰ্মাহত৷ তেওঁ এগৰাকী পৰিশ্ৰমী নেতা আছিল, যিয়ে নাগালেণ্ডৰ প্ৰগতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল৷ এই শোকৰ সময়ত মই তেঁওৰ পৰিয়াল আৰু সমৰ্থকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH/MS