পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ তিৰুপ্পুৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “তামিলনাডুৰ তিৰুপ্পুৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত অতিশয় দুঃখিত হৈছো৷ এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জনাইছো৷ দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো৷”
**********
VRRK/SH/DB
Extremely anguished by the bus accident in Tamil Nadu’s Tiruppur district. In this hour of grief, my thoughts and prayers are with the bereaved families. I hope those who are injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) February 20, 2020