Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাবীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাণী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ জনসাধাৰণক মহাবীৰ জয়ন্তী উপলক্ষে শুভেচ্ছা জনাইছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘সমূহ দেশবাসীক মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনাইছো৷সত্য, অহিংসা, ত্যাগ আৰু তপস্যাৰ ওপৰত আধাৰিত তেওঁৰ জীৱন সকলোৰে বাবে প্ৰেৰণাৰ উৎস৷’’

***

VRRK/SH/MANN